মুকলি ডাটাছেট

অসমীয়া AI-ৰ ভেটি।

অসমীয়া ভাষা প্ৰযুক্তিৰ পৰৱৰ্তী প্ৰজন্ম নিৰ্মাণ কৰা গৱেষক, developer, শিক্ষক আৰু community-ৰ বাবে মুকলি ভাষা সম্পদ।

অসমীয়া ভাষা সংৰক্ষণ আৰু প্ৰযুক্তি
ভাষা সংৰক্ষণ
ভাষা আৰু প্ৰযুক্তি

অসমীয়া ভাষাৰ ভৱিষ্যতৰ বাবে মুকলি infrastructure।

ভাষা কেৱল data নহয়। ই মানুহ, সংস্কৃতি আৰু পৰিচয়ৰ সৈতে জড়িত। সেইবাবে আমাৰ language resources-সমূহ মুকলি, documented আৰু community-driven হোৱাটো গুৰুত্বপূৰ্ণ।